Follow palashbiswaskl on Twitter

ArundhatiRay speaks

PalahBiswas On Unique Identity No1.mpg

Unique Identity No2

Please send the LINK to your Addresslist and send me every update, event, development,documents and FEEDBACK . just mail to palashbiswaskl@gmail.com

Website templates

Jyoti basu is dead

Dr.B.R.Ambedkar

Friday, December 19, 2014

আমি অসমীয়া মুছলিমে কেতিয়াবা ভাবিব পাৰো নে এনে পৰ্যায়ৰ এখন ইচলামিক স্কুল এখনৰ কথা ?আমাৰ অসমত সম্ভৱ হবনে এনেধৰণৰ অন্ত:ত এখন আধুনিক মাদ্ৰাছা স্থাপনৰ সুবিধা??


আমি অসমীয়া মুছলিমে কেতিয়াবা ভাবিব পাৰো নে এনে পৰ্যায়ৰ এখন ইচলামিক স্কুল এখনৰ কথা ?আমাৰ অসমত সম্ভৱ হবনে এনেধৰণৰ অন্ত:ত এখন আধুনিক মাদ্ৰাছা স্থাপনৰ সুবিধা??

তলত আমি উল্লেখ কৰা ফটোসমূহ হৈছে উচ্চ মানদণ্ড শীততাপ নিয়ন্ত্ৰিত কোঠা তথা বিভিন্ন বৈজ্ঞানিক পৰীক্ষাগাৰৰে পৰিপূৰ্ণ এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বিদ্যালয় |নাম হৈছে ভাৰতৰ মুম্বাইত থকা "ইচলামিক ইন্টাৰনেচনেল স্কুল" |এই স্কুলখন ইচলামিক শিক্ষাৰ লগতে ইচলামিক পৰিবেশৰ কাৰণে বিখ্যাত |

এই স্কুলখন মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে ইউ.কে. ৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ IGCSE (IGCSE Board, Cambridge University, UK)বৰ্ডৰ অন্তৰ্ভুক্ত|

যোৱা বছৰৰ অৰ্থাৎ ২০১৩ চনৰ জুন মাহৰ মেট্ৰিকুলেচন পৰীক্ষাত এই বিদ্যালয়খনৰ পৰাই এজন ছাত্ৰই ইংৰাজী বিষয়ত সমগ্ৰ ভাৰতৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰে |

এই বিদ্যালয়খনত আৰবী আৰু ইংৰাজী ভাষা বাধ্যতামূলক |লগতে সংস্কৃত বিষয়টোও পাঠ্যক্ৰমৰ এটি গুৰুত্বপূৰ্ণ বিষয় | লগতে কোৰআনৰ শিক্ষাও উচ্চ শিক্ষিত শিক্ষকৰ গোট এটাই প্ৰদান কৰে আৰু অতি কম বয়সতে ছাত্ৰ-ছাত্ৰী সকলক কোৰআনৰ হাফিজ(যিসকলে সম্পূৰ্ণ কোৰআনখন মনত ৰাখে) ৰূপে গঢ়ি তোলা হয় | আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কেজি(KG) ৰ পৰাই ইয়াত আৰবী আৰু ইংৰাজীৰ শিক্ষা দিয়া হয় আৰু যাৰ ফলস্বৰুপে তেঁওলোকে আৰবী ভাষাও বুজি পায় আৰু আৰবসকলৰ নিচিনাকৈ সলসলীয়াকৈ আৰবী ভাষাত আৰু ব্ৰিটছসকলৰ দৰে সলসলীয়াকৈ ইংৰাজী ভাষাত পাৰ্গত হৈ পৰে | লগতে ল'ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ কেম্পাছৰ সুবিধা আছে |

ইয়াৰোপৰিও টাইকোৱানডো আৰু সাঁতোৰ ইচলামিক ইন্টাৰনেচনেল স্কুলৰ এটি অপৰিহাৰ্য অংশ| ষষ্ঠমানৰ ছাত্ৰই ব্লেক-বেল্টৰ অধিকাৰী হোৱাটো বাধ্যতামূলক |সমসাময়িক পৰিস্থিতৰ ওপৰত ভিত্তি কৰি অন্যান্য পাঠ্যক্ৰম লগত সংলগ্ন কাৰ্যসূচী(Extra Curricular programs)ও ইয়াত হাতত লোৱা দেখা যায় |আন্তঃৰাষ্ট্ৰীয় বিখ্যাত ইচলামিক তথা সৰ্বধৰ্মীয় পণ্ডিত জাকিৰ নাইক হৈছে এই আধুনিক স্কুলখনৰ অধ্যক্ষ|

প্ৰশ্ন হয় আমি এনেধৰণৰ এখন আধুনিক মাদ্ৰাছা অসমত দেখিব পাম নে?? নে স্বয়ম্ভু ধৰ্মীয় নেতাই ইয়াৰো বিৰোধীতা কৰি যাব??

© Zarid HussainArif Hussain/Assamese_Muslim_Page℠

আমি অসমীয়া মুছলিমে কেতিয়াবা ভাবিব পাৰো নে এনে পৰ্যায়ৰ এখন ইচলামিক স্কুল এখনৰ কথা ?আমাৰ অসমত সম্ভৱ হবনে এনেধৰণৰ অন্ত:ত এখন আধুনিক মাদ্ৰাছা স্থাপনৰ সুবিধা??    তলত আমি উল্লেখ কৰা ফটোসমূহ হৈছে উচ্চ মানদণ্ড শীততাপ নিয়ন্ত্ৰিত কোঠা তথা বিভিন্ন বৈজ্ঞানিক পৰীক্ষাগাৰৰে পৰিপূৰ্ণ এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ বিদ্যালয় |নাম হৈছে ভাৰতৰ মুম্বাইত থকা "ইচলামিক ইন্টাৰনেচনেল স্কুল" |এই স্কুলখন ইচলামিক শিক্ষাৰ লগতে ইচলামিক পৰিবেশৰ কাৰণে বিখ্যাত |    এই স্কুলখন মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে ইউ.কে. ৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ IGCSE (IGCSE Board, Cambridge University, UK)বৰ্ডৰ অন্তৰ্ভুক্ত|     যোৱা বছৰৰ অৰ্থাৎ ২০১৩ চনৰ জুন মাহৰ মেট্ৰিকুলেচন পৰীক্ষাত এই বিদ্যালয়খনৰ পৰাই এজন ছাত্ৰই ইংৰাজী বিষয়ত সমগ্ৰ ভাৰতৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰ লাভ কৰে |     এই বিদ্যালয়খনত আৰবী আৰু ইংৰাজী ভাষা বাধ্যতামূলক |লগতে সংস্কৃত বিষয়টোও পাঠ্যক্ৰমৰ এটি গুৰুত্বপূৰ্ণ বিষয় | লগতে কোৰআনৰ শিক্ষাও উচ্চ শিক্ষিত শিক্ষকৰ গোট এটাই প্ৰদান কৰে আৰু অতি কম বয়সতে ছাত্ৰ-ছাত্ৰী সকলক কোৰআনৰ হাফিজ(যিসকলে সম্পূৰ্ণ কোৰআনখন মনত ৰাখে) ৰূপে গঢ়ি তোলা হয় | আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কেজি(KG) ৰ পৰাই ইয়াত আৰবীৰ শিক্ষা দিয়া হয় আৰু যাৰ ফলস্বৰুপে তেঁওলোকে আৰবী ভাষাও বুজি পায় আৰু আৰবসকলৰ নিচিনাকৈ সলসলীয়াকৈ আৰবী ভাষাত আৰু ব্ৰিটছসকলৰ দৰে সলসলীয়াকৈ ইংৰাজী ভাষাত পাৰ্গত হৈ পৰে | লগতে লৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগ কেম্পাছৰ সুবিধা আছে |    ইয়াৰোপৰিও টাইকোৱানডো আৰু সাঁতোৰ ইচলামিক ইন্টাৰনেচনেল স্কুলৰ এটি অপৰিহাৰ্য অংশ| ষষ্ঠমানৰ ছাত্ৰই ব্লেক-বেল্টৰ অধিকাৰী হোৱাটো বাধ্যতামূলক |সমসাময়িক পৰিস্থিতৰ ওপৰত ভিত্তি কৰি অন্যান্য পাঠ্যক্ৰম লগত সংলগ্ন কাৰ্যসূচী(Extra Curricular programs)ও ইয়াত হাতত লোৱা দেখা যায় |আন্তঃৰাষ্ট্ৰীয় বিখ্যাত ইচলামিক তথা সৰ্বধৰ্মীয় পণ্ডিত জাকিৰ নাইক হৈছে এই আধুনিক স্কুলখনৰ অধ্যক্ষ|    প্ৰশ্ন হয় আমি এনেধৰণৰ এখন আধুনিক মাদ্ৰাছা অসমত দেখিব পাম নে?? নে স্বয়ম্ভু ধৰ্মীয় নেতাই ইয়াৰো বিৰোধীতা কৰি যাব??    © Zarid Hussain/ Arif Hussain/Assamese_Muslim_Page™
Like · 

No comments: